Robber arrested at Nagaon: নগাঁৱৰ বাইপাছত আৰক্ষীৰ জালত দুই ডকাইত - Robber arrested at Nagaon
🎬 Watch Now: Feature Video

নগাঁও জিলাৰ মৰিকলং আৰক্ষীৰ এটা দলে দেওবাৰে পুৱতি নিশা বাইপাছত সংঘটিত লোমহৰ্ষক ডকাইতিত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে দুটা ডকাইতক (Robbery at Nagaon Bypass)। গ্ৰেপ্তাৰ কৰা ডকাইত দুটা হৈছে উৰিয়াগাঁৱৰ দ্বীপ বণিয়া আৰু পলাশ জমিদাৰ (Robber arrested at Nagaon)। ধৃত ডকাইত দুটাৰ বিৰুদ্ধে নগাঁও বাইপাছত ডকাইতিৰে সন্ত্ৰাস সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে (Mariklong Police arrested robber)। ইপিনে, চামগুৰিৰ এজন যুৱকক আক্ৰমণ কৰি ধন লুটি নিয়াৰো অভিযোগ আছে ধৃত ডকাইত দুটাৰ বিৰুদ্ধে ।
Last Updated : Feb 3, 2023, 8:32 PM IST