thumbnail

By

Published : Oct 30, 2022, 8:51 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ETV Bharat / Videos

Ganja seized in Karbi Anglong: 8 কুইণ্টল গাঞ্জাসহ সৰবৰাহকাৰী আটক

কাৰ্বি আংলং জিলাৰ বোকাজানত 8 কুইণ্টল গাঞ্জাসহ এটা সৰবৰাহকাৰীক আটক কৰে (Ganja seized in Karbi Anglong) ৷ বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰু জি 20 চি আৰ পি এফৰ সহযোগত আৰক্ষীৰ এটা দলে খাকৰাজানত এক নাকা তালাচী চলায় ৷ এই তালাচী তালাচীৰ সময়ত অভিযানকাৰী দলটোৱে HR 38x 8093 নম্বৰৰ এখন ট্ৰাকৰ পৰা প্ৰায় 8 কুইন্টল গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় (8 Quintile Ganja seized at Khakrajan ) ৷ আৰক্ষীয়ে অভিযানৰ সময়ত সেৱা সিং (৩৬)ক নামৰ এটা গাঞ্জা সৰবৰাহকাৰীক আটক কৰে (One ganja smuggler arrested) ৷ সেৱা সিঙৰ ঘৰ হাৰিয়ানাত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে ৷
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.