Paddy procurement centre : কৃষিমন্ত্ৰীৰ সমষ্টিতে কৃষকক ঠগন ভাৰতীয় খাদ্য নিগমৰ

By

Published : Feb 17, 2022, 5:33 PM IST

Updated : Feb 3, 2023, 8:16 PM IST

thumbnail
কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিতে ধান ক্ৰয়ৰ নামত কৃষকক ঠগন ভাৰতীয় খাদ্য নিগমৰ (Allegation against FCI) ৷ প্ৰতি বেগ ধানৰ পৰা চাৰি কেজিকৈ কৰ্তন । ধান বিক্ৰী কৰিবলৈ অহা কৃষকে অভিযোগ উত্থাপন কৰিছে ভাৰতীয় খাদ্য নিগমৰ বিৰুদ্ধে । বোকাখাতৰ কৃষকৰ পৰা প্ৰতি কিল’গ্ৰামত ১৯ টকা ৪০ পইচা দৰত ৭৫০০ মেট্ৰিকটন ধান ক্ৰয় কৰাৰ বাবে বোকাখাত খণ্ড উন্নয়ন বিষয়া কাৰ্য্যালয়ৰ চৌহদত মুকলি কৰা ধান ক্ৰয় কেন্দ্ৰটো(Bokakhat Paddy Procurement Centre) ৰ বিষয়াৰ বিৰুদ্ধে ধানৰ পৰিমান কমাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে । এক বেগ ধানত ৩ পৰা ৪ কেজি পৰিমানৰ ধান কৰ্তন কৰিছে মাত্ৰ আৰ্দ্ৰতা, ৰাসায়নিক সাৰ প্ৰযোগ, বেগত ওজন আদিৰ বিষয়ক লৈ ।
Last Updated : Feb 3, 2023, 8:16 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.