Nisha Rawal Karan Mehra news: বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক ৰাখিছে নিশা ৰাৱালে ! - নিশা ৰাৱাল আৰু কৰণ মেহৰাৰ সম্পৰ্ক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16365778-869-16365778-1663127589662.jpg)
টিভি জগতৰ জনপ্ৰিয় যুটি আছিল নিশা ৰাৱাল আৰু কৰণ মেহৰা ৷ 2021 বৰ্ষত দুয়োৰে সম্পৰ্কত ফাঁট মেলে ৷ প্ৰথমাৱস্থাত অৱশ্যে কৰণে এই বিষয়ে একো মাত মতা নাছিল ৷ কিন্তু পিছলৈ নিশাই তেওঁৰ ওপৰত আৰোপ কৰা ঘৰুৱা হিংসা সন্দৰ্ভত এখন সংবাদমেলত কৰণে নিজৰ মত সকলোৰে আগত ৰাখে (Nisha Rawal Karan Mehra controversy) ৷ কৰণে প্ৰকাশ কৰে যে নিশাৰ মুহ বোলা ভায় ৰোহিত সতিয়াৰ সৈতে অবৈধ সম্পৰ্ক আছে (Nisha Rawal Karan Mehra news) ৷ এতিয়া নিশাই উভতি ধৰিছে কৰণ মেহৰাক ৷ কেইবাটাও যুক্তিৰে সংবাদমেলত নিজৰ পক্ষৰ মত সজোৰে উপস্থাপন কৰে নিশাই ৷ চাও আহকচোন ভিডিঅ’টো-
Last Updated : Feb 3, 2023, 8:27 PM IST