Paramananda Rajbanshi loses his cool: কাক ধমক দিলে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে ? - MLA Paramananda Rajbanshi angry on Assistant Engineer
🎬 Watch Now: Feature Video

এইবাৰ ছিপাঝাৰত জলসিঞ্চন বিভাগৰ সহকাৰী অভিযন্তাক ধমক দিলে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে (MLA Paramananda Rajbanshi angry on Assistant Engineer) ৷ কিয়নো শনিবাৰে ছিপাঝাৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ তলা ওলমি থকাত ক্ষোভিত হৈ পৰে বিধায়কগৰাকীয়ে ৷ ইফালে নিৰ্ধাৰিত সময় অতিক্ৰম কৰাৰ পিছতো কাৰ্যালয়টোত উপস্থিত হোৱা নাছিল এজনো বিষয়া কৰ্মচাৰী ৷ আনহাতে কাৰ্যালয়টোত দিনতো জ্বলি থকা বৈদ্যুতিক বাল্বসমূহ দেখি খঙতে কাৰ্যালয়টোত কৰ্মৰত কৰ্মচাৰীসকলক অন্য ঠাইলৈ বদলিৰ নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে (Paramananda Rajbanshi loses his cool on employees of irrigation department) ৷
Last Updated : Feb 3, 2023, 8:25 PM IST