thumbnail

Husband walking with dead body: যোগীৰ দেশ: এম্বুলেঞ্চৰ অভাৱত পত্নীৰ মৃতদেহ স্বামীৰ কান্ধত

By

Published : Aug 2, 2022, 9:54 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

হায় মানৱতা ! সাধাৰণ লোকৰ বাবে নাই চৰকাৰী কোনো সুবিধা ৷ জীৱিত কালতো বাদেই মৰাৰ পাচতো চৰকাৰী সামান্য সুবিধাকণো নাপালে এগৰাকী মহিলাই ৷ চৰকাৰী হাস্পতালত মৃত্যু (Woman dead body in Hathras district hospital) হোৱাৰ পাচতো মৃত মহিলাগৰাকীক কান্ধত লৈ গ’ল তেওঁৰ স্বামীয়ে ৷ উন্নয়নৰ ঢাক-ঢোল বজাই থকা শাসনাধিস্থ বিজেপি চৰকাৰৰ দিনতে এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হাসৰথত ৷ এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া স্বাভাৱিকতে উত্থাপন হৈছে ভিন্ন প্ৰশ্নৰ ৷
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.