thumbnail

By

Published : Aug 13, 2022, 7:36 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / Videos

বৰপেটাৰ কয়াকুছিত বিশাল ত্ৰিৰংগা সমদল

শনিবাৰে কয়াকুছিত কংগ্ৰেছ দলে ‘স্বাধীনতাৰ গৌৰৱময় যাত্ৰা’ ৰ কাৰ্যসূচীস্বৰূপে কয়াকুছিৰ পৰা বালাপাৰালৈ হাতে হাতে জাতীয় পতাকা লৈ এক পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে (Har Ghar Tiranga Rally in Barpeta) । পদযাত্ৰাত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত বৰপেটা জিলা কংগ্ৰেছ, বৰপেটা জিলা মহিলা কংগ্ৰেছ সমন্বিতে কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে । ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক স্মৰণ কৰি এই সমদল কাৰ্যসূচীৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.