বিহপুৰীয়াৰ ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি - বিহপুৰীয়াৰ পৌৰসভা নিৰ্বাচনৰ 4 নং ৱাৰ্ড
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14654754-thumbnail-3x2-cxax.jpg)
বিহপুৰীয়াৰ পৌৰসভা নিৰ্বাচনৰ 4 নং ৱাৰ্ডৰ ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি(Election violence at Bihpuria) ৷ ভোট গ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছত ভোটগ্ৰহণ কেন্দ্ৰত বিজেপি কৰ্মীয়ে অনাধিকাৰে প্ৰৱেশ কৰি ভোটদান সাব্যস্ত কৰাৰ অভিযোগ বিৰোধী পক্ষৰ ৷
Last Updated : Feb 3, 2023, 8:18 PM IST