thumbnail

By

Published : Mar 24, 2022, 10:30 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

ETV Bharat / Videos

যোৰহাটত আৰক্ষীয়ে পুনৰ উদ্ধাৰ কৰিলে ড্ৰাগছ

যোৰহাটৰ ফাঁচিআলিত ড্ৰাগছ উদ্ধাৰ (Drugs seized in Jorhat) । নিশাৰ অভিযানত উদ্ধাৰ বহু পৰিমাণৰ সন্দেহ জনক ড্ৰাগছ । এই অভিযান কালত ৩৬.৭৪ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে । ইতিমধ্যে আৰক্ষী যোৱাৰ সম্ভেদ পাই ইয়াৰ সৈতে জড়িত হোৱাৰ অভিযুক্ত নিৰঞ্জন নামৰ ব্যক্তিগৰাকী পলায়ন কৰে (Drugs peddler escped) যদিও আৰক্ষীয়ে আটক জৰে নিৰঞ্জনৰ পত্নীক ।
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.