তিনিচুকীয়াৰ নিউ মাৰ্কেটত ভয়াৱহ অগ্নিকাণ্ড - তিনিচুকীয়াত ভয়াৱহ অগ্নিকাণ্ড
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14456437-thumbnail-3x2-hfgh.jpg)
তিনিচুকীয়াৰ নিউ মাৰ্কেটত অগ্নিকাণ্ড (Fire breaks out in new market Tinisukia) ৷ বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ ৷ তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ এটা কণীৰ গুদামত সূত্ৰপাত হয় অগ্নিকাণ্ডটোৰ অগ্নি নিৰ্বাপন কৰিবলৈ অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টা অব্যাহত ৷ গুদামটোৰ মালিক আব্দুল হানান বুলি জানিব পৰা গৈছে ইপিনে,বৰ্তমানলৈ ক্ষয় ক্ষতিৰ পৰিমান জানিব পৰা হোৱা নাই ৷
Last Updated : Feb 3, 2023, 8:11 PM IST