আমচাং বনাঞ্চলৰ পৰা জনাঞ্চললৈ কিয় আহে বনৰীয়া জীৱজন্তু? - আমচাং অভয়াৰণ্য
🎬 Watch Now: Feature Video

আমচাং বনাঞ্চলৰ পৰা প্ৰায়েই জনাঞ্চললৈ ওলাই আহে বনৰীয়া জীৱ-জন্তু ৷ কিন্তু কিয় বাৰে বাৰে সংঘটিত হয় এই ঘটনা ? মঙলবাৰে গজৰাজে গুৱাহাটী মহানগৰীৰ ৰাজপথত দিশহাৰা হৈ যি আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিলে ইয়ে জানো মানুহ আৰু বনৰীয়া পশুৰ সংঘাতৰ নতুন মাত্ৰা বহন কৰা নাই ! এনেবোৰ পৰিস্থিতিৰ বাবে মানুহেই জগৰীয়া নহয়নে ?