ৰাজ্যত নিচিহ্ন হোৱাৰ দিশে আঞ্চলিক ৰাজনীতি ! - regional politics
🎬 Watch Now: Feature Video
ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতিৰ ধুমুহাত ইতিমধ্যে তচনচ হৈ পৰিছে ৰাজ্যৰ আঞ্চলিক ৰাজনীতি ৷ বিগত লোকসভা নিৰ্বাচনত প্ৰমান হৈ গৈছে এই কথা ৷ এতিয়া প্ৰশ্ন হৈ পৰিছে, অনাগত দিনত অসমৰ পৰা একেবাৰে নিচিহ্ন হৈ পৰিব নেকি আঞ্চলিক ৰাজনীতি ৷ কি কয় ৰাজ্যৰ ৰাজনৈতিক বিশেষজ্ঞই