thumbnail

By

Published : Jan 20, 2020, 8:40 PM IST

ETV Bharat / Videos

অৱশেষত ডেজিগনেটেড কেম্পত আহি উপস্থিত এনডিএফবি (এছ)ৰ সভাপতি সম্পাদক

কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা শান্তি আলোচনাৰ অন্তত সোমবাৰে গৃহভূমিত প্ৰৱেশ কৰে এনডিএফবি(এছ)ৰ সভাপতি বি চাওৰাইগৌৰা আৰু সম্পাদক বি আৰ ফেৰেংগা ৷ জিলাখনৰ বিষমুৰী দিঘিলিত স্থাপন কৰা ডেজিগনেটেড কেম্পত কটকটীয়া নিৰাপত্তাৰ মাজেৰে 50 গৰাকী কেডাৰসহ দুয়ো আহি উপস্থিত হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.