2020ৰ ভাৰতৰ ক্ৰমবৰ্ধিত বৈদেশিক সম্পৰ্ক - Rafale deal
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10063952-thumbnail-3x2-0.jpg)
চাওঁতে চাওঁতে শেষ হ’বৰ হ’ল 2020 বৰ্ষটো ৷ বহু উত্থান পতনেৰে ভৰপূৰ 2020 ভাৰতৰ বাবে আছিল এটা বিশেষ বৰ্ষ ৷ বহু ঘাত-প্ৰতিঘাতৰ মাজতো 2020ত ভাৰতৰ বৈদেশিক সম্পৰ্কই নতুন দিশত গতি লাভ কৰিবলৈ সক্ষম হয় ৷ 2020 বৰ্ষত ভাৰতে সম্পন্ন কৰা বিভিন্ন সামৰিক বৈদেশিক চুক্তিক লৈ আমাৰ এই বিশেষ প্ৰতিবেদন ৷