তিনিচুকীয়াৰ গাঁৱত কি কৰিছে বিদেশী পৰ্যটকে ? - Hoolock Gibbon

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 22, 2019, 6:56 PM IST

তিনিচুকীয়াত শাৰী শাৰী চাহ গছৰ মাজে মাজে এতিয়া পিটপিটাই ফুৰিছে বগা চাহাব আৰু মেম চাহাবে ৷ বিশেষকৈ দুস্প্ৰাপ্য প্ৰজাতিৰ হলৌ বান্দৰে বাৰুকৈয়ে আকৰ্ষণ কৰিলে এইসকল বিদেশী পৰ্যটকক । চুইডেনৰ পৰা অহা পৰ্যটকৰ দলটোৱে কেমেৰাত আৱদ্ধ কৰিলে হলৌ বান্দৰৰ বহু আলোকচিত্ৰ ৷

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.