কিছুসময় পিচতে ডিব্ৰুগড়ত উপস্থিত হ'ব প্ৰথমখন যাত্ৰীবাহী বিমান - যাত্ৰীবাহী বিমান
🎬 Watch Now: Feature Video
লকডাউন আৰম্ভৰ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ বিমানবন্দৰত উপস্থিত হ'ব প্ৰথমখন বিমান । ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হ'ব লগীয়া বিমানখনত মুঠ 154 গৰাকী যাত্ৰী আহিব বুলি জানিব পৰা গৈছে । কলকাতা বিমানবন্দৰ পৰা ইণ্ডগ 6E-455 বিমানখন দিনৰ প্ৰায় এক বজাত উপস্থিত হোৱা পাছত পুনৰ ডিব্ৰুগড়ৰ পৰা সেই বিমানখনেই 6E-206 নম্বৰেৰে কলকাতালৈ প্ৰায় 70 গৰাকী যাত্ৰী সহ উৰা মাৰিব কলকাতালৈ । ইফালে যাত্ৰীসকলক স্ক্ৰীনিং কৰাৰ ব্যৱস্থা কৰা হৈছে ডিব্ৰুগড়ৰ বিমানবন্দৰত ।