তিনিদিনীয়া কাৰ্যসূচীৰে শিলচৰত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত - তিনিদিনীয়া কাৰ্যসূচীৰে শিলচৰত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 6, 2020, 3:41 AM IST

তিনিদিনীয়া কাৰ্যসূচীৰে শিলচৰত উপস্থিত হয় প্রাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত । এই ভ্ৰমণত দলীয় কৰ্মীৰ লগতে সংগঠনৰ বিষয়ে বুজ লব তেওঁ । কৰ'ণাৰ বিষয়েও কথা পাতিব ৰাইজৰ লগত । কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা মাহুহৰ কাৰণে দুখ প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.