thumbnail

By

Published : Aug 6, 2020, 1:48 AM IST

ETV Bharat / Videos

বিশ্বনাথত হনুমান মন্দিৰ আধাৰশিলা স্থাপন

বুধবাৰে অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন সমাপন কৰা হয় । এই ভূমি পূজনৰ লগত সংগতি ৰাখি বুধবাৰে বিশ্বনাথৰ মোনাবাৰী বালিপুখুৰীস্থিত 80বছৰ পুৰনি হনুমান মন্দিৰটো পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে । আধাৰশিলা স্থাপন পূৰ্বে পুৰোহিতৰ জৰিয়তে পূজা অৰ্চনা কৰি বিশ্বনাথৰ বিশিষ্ট সমাজ কৰ্মী কিশোৰ হাজৰিকাই মন্দিৰটো আধাৰশিলা স্থাপন কৰি কামৰ শুভাৰম্ভ কৰে । এই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ এক প্ৰতিবেদন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.