কম সম্পত্তিৰে কোন এই দহ জনপ্ৰতিনিধি ? - নিৰ্বাচন আয়োগ
🎬 Watch Now: Feature Video

'আচাম ইলেকচন ৱাটচ' নামৰ বেচৰকাৰী সংস্থাটোৱে প্ৰকাশ কৰিছে অসমৰ মন্ত্ৰী-বিধায়ক সকলৰ সম্পত্তিৰ তালিকা ৷ 2016 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগক দাখিল কৰা সম্পত্তিৰ তথ্য ভিত্তিতেই সংস্থাটোৱে প্ৰকাশ কৰিছে এই তালিকা ৷ সংস্থাটোৱে অসমৰ 10 গৰাকী কম সম্পত্তি থকা জনপ্ৰতিনিধিৰ তালিকা প্ৰকাশ কৰিছে ৷ কোন কোন আছে এই 10 গৰাকী জনপ্ৰতিনিধিৰ ভিতৰত ৷ জানিবলৈ চাওঁক আমাৰ এই বিশেষ প্ৰতিবেদন ৷