2020ত সফল পৰীক্ষণ সম্পন্ন হোৱা ভাৰতৰ ক্ষেপনাস্ত্ৰ প্ৰণালীসমূহ - ভাৰতৰ সামৰিক ক্ষমতা
🎬 Watch Now: Feature Video

ভাৰতৰ বাবে উত্থান-পতনেৰে সম্পূৰ্ণ 2020ৰ অন্ত পৰিবলৈ মাজত বাকী ৰৈছে মাত্ৰ এটা দিন ৷ সীমান্তত 20 গৰাকীকৈ জোৱানৰ আত্মবলিদানৰ পিচতেই ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে এটাৰ পিচত আনটো ক্ষেপনাস্ত্ৰ প্ৰণালীৰ সফল পৰীক্ষণ সম্পন্ন কৰে ৷ ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে 2020ত পৰীক্ষণ কৰা ক্ষেপনাস্ত্ৰ প্ৰণালীসমূহক লৈ আমাৰ এই প্ৰতিবেদন ৷