5000 টকাত বিক্ৰী হয় অসমৰ শিশু ! - শিশু সৰবৰাহ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3747069-thumbnail-3x2-occ.jpg)
5000 টকাত বিক্ৰী হয় অসমৰ শিশু ,ক'লৈ নিয়া হয় অসমৰ শিশু? অসমত সক্ৰিয় বৃহৎ মানৱ সৰবৰাহ চক্ৰ ! বহি:ৰাজ্যলৈ কোনে আৰু ক'লৈ নিয়ে এইসকল লৰা-ছোৱালীক?
প্ৰতিবছৰে অসমৰ পৰা নিৰুদ্দেশ হয় শ শ শিশু ৷ সময়ে সময়ে ৰাজস্থান, হাৰিয়ানা, অন্ধ্ৰ প্ৰদেশ, চেন্নাই, বাংগালুৰু আৰু নতুন দিল্লীৰ পৰা উদ্ধাৰ হয় অসমৰ শিশু ৷ কিন্তু নিৰুদ্দেশ হোৱা শিশুতকৈ তেনেই কম উদ্ধাৰ হোৱা শিশুৰ সংখ্যা ৷ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ তথ্য অনুসৰি ২০১৮ বৰ্ষত ৰাজ্যৰ পৰা নিৰুদ্দেশ হোৱা লৰা-ছোৱালীৰ উদ্ধাৰ হয় মাত্ৰ ৩০ শতাংশহে।
Last Updated : Jul 4, 2019, 8:51 PM IST