সমাগত নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদানক লৈ ডিব্ৰুগড়ত আটছাৰ সংবাদ মেল - জাতীয় জনগোষ্ঠী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10866901-539-10866901-1614851381101.jpg)
সমাগত নিৰ্ৱাচনক লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দলে তৎপৰতা আৰম্ভ কৰাৰ সমান্তৰালভাৱে জাতীয় জনগোষ্ঠীৰ সংগঠন সমূহেও নিজৰ জনগোষ্ঠীৰ নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ সকলো ৰাজনৈতিক দলকে দাবী কৰি আহিছে । বুধবাৰে ডিব্ৰুগড় আটছাই সংবাদ মেলৰ যোগেদি জনাই যে আগন্তুক বিধান সভা নিৰ্ৱাচনত চাহ জনগোষ্ঠী লোকৰ বসতিপূৰ্ণ এলেকাত চাহ জনগোষ্ঠীৰ লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰা আৰু চাহ জনগোষ্ঠী লোকৰ সমস্যা সমাধানৰ বাবে চৰকাৰক দাবী জনাই সংবাদ মেলত এই দৰে মন্তব্য আগবঢ়াই ।