শিলচৰত আনন্দ উল্লাসেৰে উদযাপন বিজয়া দশমী - শিলচৰত বিজয়া দশমী
🎬 Watch Now: Feature Video
শিলচৰত ব্যাপক হৰ্ষ-উল্লাসৰ মাজেৰে উদযাপন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱৰ বিজয়া দশমী ৷ বৰাক নদীৰ বিসৰ্জন ঘাটত বিসৰ্জন দিয়া হয় চহৰখনৰ ভিন্ন স্থানৰ 135 খন মণ্ডপৰ প্ৰতিমা ৷