thumbnail

By

Published : Aug 15, 2021, 10:40 PM IST

ETV Bharat / Videos

তেজপুৰত 75 সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী অশোক সিংঘালৰ

সমগ্ৰ দেশৰ লগতে তেজপুৰতো 75 সংখ্যক স্বাধীনতা দিৱস পালন ৷ স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে অসম চৰকাৰৰ জলসিঞ্চন আৰু নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে । তেজপুৰৰ নেহেৰু মৈদানত আয়োজিত কাৰ্যসূচীত প্ৰথমে গাৰ্ড অৱ অনাৰ লোৱাৰ পিছত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি সকলোকে সম্বোধন কৰি দেশৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ সকলৰ স্মৃতিক স্মৰণ কৰে মন্ত্ৰী সিংঘালে । ভাষণত অসমৰ গৌৰৱ অসম জীয়ৰী লাভলীনা বৰগোঁহাইৰ কৃতিত্বৰ প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.