মন্দিৰে-মন্দিৰে ভিৰ ভক্তৰ
🎬 Watch Now: Feature Video
কৰিমগঞ্জ,12আগষ্ট : আজি পবিত্ৰ শাওণ মাহৰ অন্তিমটো দিন ৷ চাৰিওফালে ব'ল-বমক লৈ উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে ৷ এই পবিত্ৰ দিনটোত ভগৱানৰ আশীষ ল’বলৈ মন্দিৰে-মন্দিৰে ভিৰ কৰিছেহি অগণন ভক্তই ৷ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা এলাকাতো ব্যাপক ৰূপত পালন কৰা হয় এই ব'ল বম উৎসৱ ৷ পাথাৰকান্দি অঞ্চলৰ লোৱাইৰপোৱা, মেডলি, সোনাখিৰা আদি অঞ্চলৰ লোকসকলে কান্ধত পানীৰ ভাৰ লৈ পদব্ৰজে শোভাযাত্ৰা কৰে ৷ কৰিমগঞ্জৰ পৰা আমাৰ সাংবাদিকৰ এক প্ৰতিবেদন...