thumbnail

By

Published : Aug 15, 2021, 2:10 PM IST

Updated : Aug 16, 2021, 4:45 AM IST

ETV Bharat / Videos

কমলপুৰত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত স্বাধীনতা দিৱস পালন

দেওবাৰে কামৰূপ(গ্ৰাম্য) জিলাৰ কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে পালন কৰা হয় দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস । কমলপুৰ ৰাজহ চক্ৰৰ বিষয়া পৰীক্ষিত ফুকনে দেশৰ জাতীয় পতাকা উত্তোলন কৰে । পতাকা উত্তোলনৰ পিছত ৰাইজক উদ্দেশ্যি প্ৰদান কৰা ভাষণত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে অৱগত কৰে চক্ৰ বিষয়া গৰাকীয়ে ৷ স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্নজনক সম্বৰ্ধনা জ্ঞাপন কৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যকৰ্তাসকলে ৷
Last Updated : Aug 16, 2021, 4:45 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.