সিংহদ্বাৰ বিকৃত ৰূপত উপস্থাপন : সৰৱ জনাৰ্দন দেৱ গোস্বামী - খ্ৰীষ্টান ধৰ্মাৱলম্বী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12667915-thumbnail-3x2-maj.jpg)
মৰাণৰ টিংখাং নাচনী কচলুৰ প্ৰাৰ্থনা গৃহৰ তোৰণক লৈ সৃষ্টি হৈছে বিতৰ্কৰ ৷ প্ৰাৰ্থনা গৃহটোৰ সিংহদ্বাৰ বিকৃত ৰূপত উপস্থাপনক লৈ সৃষ্টি হৈছে এই বিতৰ্কৰ ৷ কচলুৰ প্ৰাৰ্থনা গৃহৰ তোৰণক লৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে সত্ৰীয়া সংস্কৃতিক অপমান কৰাৰ বুলি অভিযোগ কৰি সৰৱ হৈ পৰিছে বিশ্ব হিন্দু মহাসংঘ ৷ মহাসংঘৰ সভাপতি জনাৰ্দন দেৱ গোস্বামীয়ে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ অসমীয়া সত্ৰীয়া সংস্কৃতিৰ প্ৰতি দুৰ্বলতা থাকিলে তেওঁলোকে খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰি সনাতন হিন্দু ধৰ্ম গ্ৰহণ কৰক বুলি মন্তব্য কৰে ।