thumbnail

By

Published : Mar 16, 2022, 8:10 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

ETV Bharat / Videos

Assam Budget 2022: বাজেট সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতিৰ প্ৰতিক্ৰিয়া

২০২২-২৩ বৰ্ষৰ বাজেটক জনমূখী আখ্যা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ(Assam Budget 2022) । বুধবাৰে সদনত বিত্তমন্ত্রী অজন্তা নেওগে দাখিল কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন পূৰ্ণ‍াংগ বাজেট(BJP state president Bhabesh Kalita) । বাজেট সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি কলিতাই কয় যে, এইখন এখন উন্নয়নমূখী বাজেট(BJP state president Bhabesh Kalita reacts to budget) । সকলো স্তৰৰ লোকক স্পৰ্শ কৰিছে বাজেটখনে । এই বাজেটখনৰ জৰিয়তে অনাগত দিনত ৰাজ্যৰ আৰু অধিক উন্নয়ণৰ দিশত আগুৱাই যাব ।
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.