thumbnail

সাতভনী কেৱল সীমা ঠেলাত ব্যস্ত থাকে : অতুল বৰা

By

Published : Mar 5, 2022, 10:35 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

‘‘এজিপি এৰি বিজেপিলৈ আহিলেও মোৰ আঞ্চলিকতাবাদৰ সত্তা একেই আছে । অসমৰ স্বাৰ্থত মই কাম কৰিবলৈ ভালপাও । চুবুৰীয়া ৰাজ্যসমূহে সীমা সমস্যাৰ স্থায়ী সমাধান কৰাৰ বিপৰীতে চৰকাৰৰ বৰমূৰীয়াসকল কেৱল সীমা ঠেলাকলৈ হে ব্যস্ত থাকে । আমি সততে কৈ থকা সাতভনীয়ে কেৱল অসমৰ সীমা ঠেলাতহে ব্যস্ত থাকে ।" জানো আহক কিয় এনে মন্তব্য কৰিলে দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই(MLA Atul Bora on border conflict) ৷
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.