নগাঁৱত সাংবাদিকে অনুষ্ঠিত কৰিলে বিহুৰ কৰ্মশালা - নগাঁৱত বিহুৰ কৰ্মশালা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 8, 2022, 9:34 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

ৰাজ্যৰ চৌদিশে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি (Bihu preparation in Assam) ৷ ইতিমধ্যে বিভিন্ন প্ৰান্তত চলিছে বিহু নৃত্য, ঢোল বাদনৰ কৰ্মশালা । সমান্তৰালভাৱে নগাঁৱৰো বিভিন্ন প্ৰান্তত চলিছে বিহু কৰ্মশালা (Bihu workshop in Nagaon ) । তাৰ মাজতে সংবাদসেৱাৰ লগতে নৱপ্ৰজন্মৰ মাজত বিহুৰ প্ৰশিক্ষণ দিয়াত উদ্যোগ লৈছে নগাঁৱৰ পুৰণিগুদামৰ সাংবাদিকসকলে । এই সাংবাদিকসকলৰ প্ৰচেষ্টাতে পূৰণিগুদাম প্ৰেছক্লাৱৰ লগতে হালোৱাগাঁও যুৱ মঞ্চৰ উদ্যোগত পূৰ্ণগতিত চলিছে বিহুৰ কৰ্মশালা ৷
Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.