ভূতৰ বাবেও আছে মেলা... - পালামুৰ হাইদৰনগৰৰ দেৱী ধাম মন্দিৰ
🎬 Watch Now: Feature Video

প্ৰতি বছৰে সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰেতাত্মাৰ প্ৰকোপৰ পৰা পৰিত্ৰাণ পাবলৈ বহুলোক উপস্থিত হয় এখন বিশেষ মেলাত । এই মেলাৰ কিছু দৃশ্য দেখিলে গাৰ নোম সিয়ৰি উঠিব আপোনাৰো ৷ এই বিশেষ ভূত মেলাখন ঝাৰখণ্ডৰ পালামুৰ হাইদৰনগৰৰ দেৱী ধাম মন্দিৰত প্ৰতি বছৰে চৈত মাহত নৱৰাত্ৰী উপলক্ষে অনুষ্ঠিত হয় (Bhoot Mela in Palamu ) ৷ এই সন্দৰ্ভত চাও আহক ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ৷
Last Updated : Feb 3, 2023, 8:22 PM IST