WATCH: প্ৰতিৰক্ষাৰ বাবে বন্ধুকধাৰীৰ ওপৰত গুলীবৰ্ষণ ব্যৱসায়ীৰ - হাৰিয়ানা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10864038-201-10864038-1614844425415.jpg)
হাৰিয়ানাত এক বন্ধুকধাৰীৰ ওপৰত গুলীবৰ্ষণ কৰাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, এখন দোকানত বন্ধুকৰ ভয় দেখুৱাই লুট কৰিবলৈ যোৱা এজন বন্ধুকধাৰীৰ ওপৰত দোকানীয়ে গুলীবৰ্ষণ কৰে ৷ ফলত বন্ধুকধাৰীজন আঘাতপ্ৰাপ্ত হয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷