বিহাৰৰ কোশী নদীত খহি পৰিল বিদ্যালয়গৃহ - ভাগলপুৰৰ নৌগাছিয়া অঞ্চল
🎬 Watch Now: Feature Video
বিহাৰৰ ভাগলপুৰত বৃদ্ধি পোৱা ধাৰাষাৰ বৰষুণৰ ফলত কোশী নদীত বাগৰি পৰিল বিদ্যালয়গৃহ ৷ 13 জুলাইত সংঘটিত এই ঘটনাত ভাগলপুৰৰ নৌগাছিয়া অঞ্চলৰ এখন বিদ্যালয়ৰ কিছু অংশ খহি পৰে ৷ সমগ্ৰ ভিডিঅ' স্থানীয় লোকে কেমেৰাত বন্দী কৰি ৰখাৰ লগতে ইটিভি ভাৰতৰ সৈতে শ্বেয়াৰ কৰে ৷ ৰাজ্যখনত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত কোশী নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে গতি কৰিছে ৷