ময়ূৰভঞ্জৰ ব্যতিক্ৰমী শিল্পী সমৰেন্দ্ৰ বেহেৰা - ময়ূৰভঞ্জ জিলা
🎬 Watch Now: Feature Video

পথৰ দাঁতিত, অৰণ্যৰ মাজত থকা গছতো খুব কম সময়ৰ ভিতৰতে একো একোজন মণিষীৰ প্ৰতিচ্ছবি খোদিত কৰিব পাৰে ওড়িশাৰ সমৰেন্দ্ৰই । তেওঁৰ হাতৰ পৰশত চাকিৰ ক'লা ধোঁৱায়ো এক অনন্য ৰূপ পায় । প্ৰতিভাসম্পন্ন শিল্পীগৰাকীৰ প্ৰশংসাত পঞ্চমুখ ওড়িশাবাসী । চাওঁ আহক আমাৰ এক প্ৰতিবেদন...
Last Updated : Jul 10, 2021, 6:23 AM IST