Exclusive: অযোধ্যাত ৰাম মন্দিৰক প্ৰত্যক্ষ কৰাটো মোৰ সপোন আছিল, কল্যান সিঙৰ মন্তব্য

By

Published : Jul 29, 2020, 7:58 PM IST

thumbnail
5 আগষ্টৰ ভূমিপূজনৰ পাচৰ পৰা ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিবৰ বাবে সাজু হৈছে পবিত্ৰ চহৰ অযোধ্যা ৷ এই সম্পৰ্কত ইটিভি ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ প্ৰদান কৰে বিজেপি নেতা আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যান সিঙে ৷ তেওঁ কয় যে, অযোধ্যাত ৰাম মন্দিৰ প্ৰত্যক্ষ কৰাটো তেওঁৰ মনতে পুহি ৰখা এটা সপোন আছিল ৷ 'কাৰ সেৱক'ৰ ওপৰত গুলীবৰ্ষণ নকৰিবলৈ নিৰ্দেশ দিয়া বাবে তেওঁ নিজকে দোষী বুলি নাভাবে বুলিও তেওঁ মন্তব্য কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.