নাৰী দিৱস উপলক্ষে সুদৰ্শন পাটনায়কৰ বলুকা শিল্প - নাৰী দিৱস উপলক্ষে সুদৰ্শন পাটনায়কৰ বলুকা শিল্প
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10914467-thumbnail-3x2-o.jpg)
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বলুকা শিল্পী সুদৰ্শন পাটনায়কে ওড়িশাৰ সাগৰৰ তীৰত সাজি উলিয়াইছে বলুকা শিল্প ৷ নাৰীৰ জীৱনৰ তিনি স্তৰ ক্ৰমে কিশোৰী, প্ৰাপ্তবয়স্ক আৰু বৃদ্ধা ৰূপটো এই শিল্পৰ জৰিয়তে বলুকা শিল্পীগৰাকীয়ে প্ৰতিষ্ঠা কৰে ৷
TAGGED:
সুদৰ্শন পাটনায়ক