thumbnail

By

Published : Apr 8, 2021, 9:15 PM IST

ETV Bharat / Videos

তুষাৰপাতৰ ফলত ক্ষতিগ্ৰস্ত লাহৌলৰ কৃষক সকল

শেহতীয়া তুষাৰপাতৰ ফলত লাহৌল স্পিতিৰ কৃষকসকল বিপদত পৰিছে । সাধাৰণতে, এপ্ৰিল মাহত কৃষক সকলে খেতি কৰাৰ উদ্দেশ্যে পথাৰ সমূহ তৈয়াৰ কৰি কৰি তোলে । সম্প্ৰতি বীজ আৰু উদ্ভিদবোৰ এতিয়া বৰফেৰে আবৃত হৈ আছে, যাৰ ফলত কৃষক সকলৰ ব্যাপক লোকচানৰ সন্মুখীন হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.