thumbnail

কৰ'ণা ভাইৰাছৰ সম্পৰ্কীয় সজাগতা বাৰ্তা বলুকা শিল্পী সুদৰ্শন পাটনায়কৰ

By

Published : Mar 5, 2020, 8:47 AM IST

কৰ'ণা ভাইৰাছক লৈ সমগ্ৰ ভাৰত শংকিত হৈ থকাৰ সময়তে, আন্তঃৰাষ্ট্ৰীয় বলুকা শিল্পী সুদৰ্শন পাটনায়কে সকলোকে শংকিত নহ'বলৈ আহ্বান জনায় ৷ উৰিষ্যাৰ পুৰীৰ সমূদ্ৰ তীৰত বলুকা শিল্পৰে এই মাৰাত্মক ভাইৰাছৰ বাবে যাৱতীয় সজাগতা অৱলম্বন কৰিবলৈ আহ্বান শিল্পী গৰাকীৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.