বিতৰ্কিত কৃষি আইন সন্দৰ্ভত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ মন্তব্য - কৃষকৰ উৎপাদন
🎬 Watch Now: Feature Video

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শুকুৰবাৰে বাজেট অধিবেশনৰ আদৰণি ভাষণত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখন কৃষি আইন সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছে ৷ কৃষি আইন তিনিখনে দেশৰ কৃষকৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ লগতে কৃষকৰ মাজৰ মধ্যভোগীৰ অৱসান ঘটাব বুলি উল্লেখ কৰে ৷ আনকি,এই আইন তিনিখনে দেশৰ কৃষকৰ উৎপাদন ক্ষমতাও বৃদ্ধি কৰিব বুলি উল্লেখ কৰে ৷
Last Updated : Jan 29, 2021, 12:53 PM IST