thumbnail

By

Published : Aug 28, 2020, 7:28 AM IST

ETV Bharat / Videos

ইটিভি নেটৱৰ্কৰ গৌৰৱোজ্বল 25 বছৰঃদৰ্শক আৰু কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন অধ্যক্ষ ৰামোজী ৰাওৰ

27 আগষ্ট বৃহস্পতিবাৰে ইটিভি নেটৱৰ্কে সম্পূৰ্ণ কৰে গৌৰৱোজ্বল 25 টা বছৰ ৷ এই ক্ষণতেই ৰোমাজী গ্ৰুপৰ অধ্যক্ষ ৰামোজী ৰাৱে সকলো নেটিজেন তথা প্ৰতিষ্ঠানটোৰ উদ্যমী কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰে ৷ তেখেত সকলোকে নমস্কাৰ জনাই কয়," ইটিভিৰ প্ৰথম সম্প্ৰচাৰৰ দিন ধৰি তেলেগু দৰ্শকলকলে চেনেলটোক আগ্ৰহেৰে আকোঁৱালি লৈছে ৷ যাৰ বাবেই ই আজি 25 টা বছৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে ৷ আপোনালোকৰ পৃষ্ঠপোষকতা আৰু আশীৰ্বাদ অত্যন্ত প্ৰয়োজনীয় আৰু মূল্যবান ৷ এইয়া বিশ্বৰ বিভিন্ন প্ৰান্তত থকা তেলেগু লোকসকলৰ জয় ৷ এই গৌৰৱ আপোনালোকৰ ৷ এই ইতিহাস আপোনালোকৰ ৷ সকলোকে অশেষ ধন্যবাদ ৷"

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.