সংসদত উপস্থিত নিৰ্মলা সীতাৰমণৰ পিতৃ-মাতৃ - budget 2019
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3751533-thumbnail-3x2-ni.jpeg)
সদনত উপস্থিত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পিতৃ মাতৃ নাৰায়ণন সীতাৰমণ আৰু মাতৃ সাৱিত্ৰী সীতাৰমণ ৷ ইতিমধ্যে লোকসভাত দাখিল হ’ল বাজেট ৷ নিৰ্মলা সীতাৰমণৰ বিত্ত মন্ত্ৰী হিচাপে এইখন প্ৰথম বাজেট ৷ মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট ৷ ইন্দিৰা গান্ধীৰ পিছতে দ্বিতীয়গৰাকী মহিলা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ ৷