ওড়িশাত বাঁহ শিল্পৰ এক উৎকৃষ্ট নিদৰ্শন - উৰিষ্যাত বাঁহ শিল্পৰ এক উৎকৃষ্ট নিদৰ্শন
🎬 Watch Now: Feature Video
অলংকাৰ বা গহণা বুলি ক'লে আপুনি সাধাৰণতে হীৰা, সোণ বা ৰূপৰ কথা ভাবে । কিন্তু বাঁহেৰে নিৰ্মিত অলংকাৰ আপুনি দেখিছেনে ? ওড়িশাত একাংশ যুৱতীয়ে বাঁহেৰে অলংকাৰ নিৰ্মাণ কৰাৰ লগতে আত্ম নিৰ্ভৰশীলো হৈছে । চাও আহক এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।