গণতন্ত্ৰ দিৱসত ৰাজধানীত সংঘটিত হোৱা হিংসাত্মক প্ৰতিবাদ দুৰ্ভাগ্যজনক: ৰাষ্ট্ৰপতি

By

Published : Jan 29, 2021, 1:00 PM IST

thumbnail
গণতন্ত্ৰ দিৱসৰ দিনা ৰাজধানীত কৃষক সকলে সাব্যস্ত কৰা বৃহৎ প্ৰতিবাদ সন্দৰ্ভত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বাজেট অধিবেশনৰ ভাষণত মন্তব্য ৷ তেওঁ কয় যে,দেশৰ সংবিধানে সকলো জনসাধাৰণক সমতা আৰু গণতান্ত্ৰিক অধিকাৰ প্ৰদান কৰিছে কিন্তু সেই একেখন সংবিধানতে দেশৰ আইন-কানুন মানি চলাৰো কথা ব্যক্ত কৰিছে ৷ গতিকে,26 জানুৱাৰীত প্ৰতিবাদী কৃষক সকলে যি হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰিলে সেয়া দেশৰ বাবে দুৰ্ভাগ্যজনক বুলি মন্তব্য ৰাষ্ট্ৰপতি গৰাকীৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.