ফ্ৰুইটছ বেৰী ব্ৰাউনী পিজ্জাৰে ৰসাল কৰক আপোনাৰ বৰদিন - etv bharat Priya
🎬 Watch Now: Feature Video
বৰদিনৰ দিনটো অধিক চকলেটী কৰি তোলক পিজ্জাৰ সৈতে ৷ কিন্তু এয়া আপুনি খাই থকা ড’মিনজ অথবা পিজ্জা হাটত পোৱা পিজ্জা নহয় ৷ এয়া হৈছে ফলমূলৰ ৰসেৰে সমৃদ্ধ চকলেটেৰে ভৰপুৰ ফ্ৰুইটছ বেৰী ব্ৰাউনী পিজ্জা ৷ এই পিজ্জাৰ সোৱাদে শিশুসকলকে যে সন্তুষ্ট কৰিব এনে নহয়,বৰং বৰদিনৰ বাবে আপোনাৰ ঘৰলৈ অহা আলহীয়েও এই পিজ্জাৰ সোৱাদ গ্ৰহণ কৰি আপোনাক শলাগিব ৷ সতেজ ফল,ষ্ট্ৰবেৰী আৰু চকলেট চিৰাপ সমৃদ্ধ এই পিজ্জাই আপোনাৰ সন্তুষ্টি দুগুণ বৃদ্ধি কৰিব ৷