হাৰিয়ানাৰ পিতলৰ হোকা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 14, 2021, 11:05 AM IST

মিঠাই, শাক-পাচলিৰ উপৰিও আন বহু সামগ্ৰীৰ বাবে বিখ্যাত হাৰিয়ানাৰ সোণীপট জিলাৰ গ'হাণা । গ'হাণাৰ "জলেব", যাক সাধাৰণতে জেলেপী বুলি কোৱা হয়, ইয়াত উৎপাদন হোৱা গাজৰ সকলোৰে প্ৰিয় ৷ এই সকলোবোৰৰ লগতে গ'হাণা আন এক সামগ্ৰীৰ বাবেও হৈ পৰিছে বিখ্যাত । সেয়া হৈছে গ'হাণাৰ ভৈছৱাল গাঁৱত সাজি উলিওৱা হোকা । এটা হোকাৰ মূল্য ৯ হাজাৰ টকাৰ পৰা ২৭ হাজাৰ টকা পৰ্যন্ত । প্ৰতিটো হোকা নিৰ্মাণ কৰোঁতে সময় লাগে ৩ মাহ । মাহৰ পিছত মাহ ধৰি অপেক্ষা কৰি হ'লেও হোকা ক্ৰয় কৰিবলৈ সাজু গ্ৰাহক । কিন্তু কি বিশেষত্ব আছে এই হোকাবোৰত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.