মাউতৰ মৃত্যুত শেষ শ্ৰদ্ধাঞ্জলি জনালে পল্লট ব্ৰহ্মদাথনে - মাউটৰ মৃত্যুত হাতীৰ শ্ৰদ্ধাঞ্জলি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 5, 2021, 11:54 AM IST

মাউতৰ মৃত্যুত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে এটা হাতীয়ে ৷ কোট্টায়ামৰ 78 বৰ্ষীয় মাউত দামোদৰন নায়াৰ ওৰফে ওমানা চেটন বিগত 25 বছৰে ‘পল্লট ব্ৰহ্মদাথন’ নামৰ হাতীটোৰ মাউত আছিল ৷ দামোদৰন নায়াৰৰ মৃত্যুত চেলুট জনাই শেষ বিদায় দিলে ব্ৰহ্মদাথনে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.