ৰাচীত কুঁৱাত পৰিল হাতী পোৱালীঃ উদ্ধাৰ অভিযান অব্যাহত - ৰাচীত কুঁৱাত হাতী পোৱালী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-9976948-thumbnail-3x2-j.jpg)
ঝাৰখণ্ডৰ ৰাচীৰ খুটী ক্ষেত্ৰত মঙলবাৰে নিশাই কুঁৱাত পৰে এটা হাতী পোৱালী ৷ বুধবাৰে পুৱাই পোৱালীটো কুঁৱাৰ পৰা ওলোৱাৰ বাবে চেষ্টা কৰা সময়তেই স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে ৷ স্থানীয় ৰাইজে তাতাতৈয়াকৈ বন বিভাগৰ লোকক খবৰ দিয়ে ৷ বন বিভাগৰ লোকে হাতীতো উদ্ধাৰ কৰাৰ বাবে উদ্ধাৰ অভিযান চলায় ৷ ইয়াৰ পূৰ্বেও বিগত 16 ডিচেম্বৰত তমাড় সোণাহাতুৰ জিলিগচেৰেঙত এটা হাতীৰ পোৱালী কুঁৱাত পৰিছিল ৷ ঘটনাৰ 16 ঘন্টা পিছত বন বিভাগে জেচিবিৰে ৰাস্তা বনাই হাতী পোৱালীটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷