দেশৰ ভিন্ন ৰাজ্যত কৰ'ণা মহামাৰীৰ শেহতীয়া খবৰ - দেশৰ ভিন্ন ৰাজ্যত কৰ'ণা মহামাৰী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-8007699-thumbnail-3x2-kk.jpg)
সমগ্ৰ পৃথিৱীতে কৰ'ণা মহামাৰীৰ সংক্ৰমণে অতিক্ৰম কৰিলে মুঠ 1,30,27,844 লৈ । ইয়াৰ সমান্তৰালকৈ ভাৰততো 13 জুলাইৰ দিনটোত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 878254 গৰাকীলৈ । এই মহামাৰীয়ে সমগ্ৰ পৃথিৱীৰে আৰ্থ-সামাজিক জীৱন নিম্নগামী কৰিছে। যাৰ প্ৰভাৱ সুস্পষ্ট ভাৰততো। কৰ'ণা মহামাৰী প্ৰতিহত কৰিবৰ বাবে জাৰি কৰা লক ডাউনৰ ফলত ইতিমধ্যে দেশত নিবনুৱা হৈ পৰিছে লক্ষাধিক লোক। যাৰ ফলত আৰ্থিক মন্দাৱস্থাই জুৰুলা কৰিছে দেশৰ বহু পৰিয়ালক । দেশৰ ভিন্ন ৰাজ্যত কৰ'ণা মহামাৰী সংক্ৰমণৰ সাম্প্ৰতিক স্থিতি সম্পৰ্কে জানিবলৈ চাওক এই প্ৰতিবেদন...