COVID-19: ভাৰতৰ ভিন্ন দেশৰ শেহতীয়া খবৰ - কৰ'ণা মহামাৰী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-7996773-thumbnail-3x2-kk.jpg)
ভাৰতত 8 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণা মহামাৰীৰ সংক্ৰমণে ৷ 12 জুলাইত এই মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পাই অতিক্ৰম কৰিলে 849553 গৰাকীলৈ ৷ তাৰ সমান্তৰালকৈ সমগ্ৰ দেশতে কৰ'ণা মহামাৰীত আক্ৰান্ত হৈ মৃত্যুৰ সাৱটি লোৱা লোকৰ সংখ্যাও বৃদ্ধি পায় 22674 গৰাকীলৈ ৷ বৰ্তমানেও দেশত 292258 গৰাকী সক্ৰিয় আক্ৰান্ত লোক থকাৰ বিপৰীতে, এই মহামাৰীৰ কবলৰ পৰা সুস্থ হৈ উঠিছে মুঠ 534620 গৰাকী লোক ৷ ভাৰতত ভিন্ন ৰাজ্যত কৰ'ণা মহামাৰীৰ শেহতীয়া খবৰ জানিবলৈ চাওক এই প্ৰতিবেদন...