thumbnail

By

Published : Jul 8, 2020, 1:31 PM IST

ETV Bharat / Videos

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ সাম্প্ৰতিক তথ্য

ভাৰতবৰ্ষত কৰ'ণাৰ সংক্ৰমণে অতিক্ৰম কৰিলে 7 লক্ষাধিক ৷ 8 জুলাইৰ দিনটোত সমগ্ৰ দেশতে 742417 গৰাকীলৈ বৃদ্ধি পালে এই মহামাৰীৰ সংক্ৰমণ ৷ ইয়াৰ বিপৰীতে কৰ'ণা মহামাৰীত আক্ৰান্ত হৈ সমগ্ৰ দেশতে মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পালে 20642 গৰাকীলৈ ৷ উল্লেখ্য যে, বৰ্তমানলৈ দেশত 456830 গৰাকী লোকে কৰ'ণাৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে যদিও, এতিয়াও 264944 গৰাকী সক্ৰিয় আক্ৰান্ত লোক আছে দেশত ৷ ভাৰতৰ প্ৰতিখন ৰাজ্যতে কৰ'ণা মহামাৰী সংক্ৰমণৰ সাম্প্ৰতিক স্থিতি সম্পৰ্কে জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.